ডিজিটেল ইণ্ডিয়া নিগমত সঞ্চালক নিযুক্তিৰ বাবে আবেদন আহ্বান

ডিজিটেল ইণ্ডিয়া নিগমে সঞ্চালক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ডিজিটেল ইণ্ডিয়া নিগমত সঞ্চালক নিযুক্তিৰ বাবে আবেদন আহ্বান
Published on

খালী পদৰ সংখ্যাঃ ২টা।

বয়সৰ সীমাঃ ৫০-ৰ পৰা ৫৮ বছৰ।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৯-২০২০।

ঠিকনাঃ Sr.GM (Admin./HR), NeGD, Digital India Corporation, Electronics Niketan 6, CGO Complex, Lodhi Road, New Delhi 110 003।

আবেদনৰ নিয়মঃ নিৰ্ধাৰিত প-পত্ৰ আৰু অন্যান্য সবিশেষ তথ্য www.digitalindia.gov.in বা www.meity.gov.in.-ত পাব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com