চাকৰি

ৰাষ্ট্ৰীয় কুষ্ঠ ৰোগ প্ৰতিষ্ঠানৰ চাকৰিৰ আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

নিযুক্তিৰ স্থানঃ আগ্ৰা।

দৰমহাঃ মাহিলী ৬৫ হেজাৰ টকা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৬৫ বছৰ।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ www.jalma-icmr.org.in /www.icmr.nic.in চাওক।