চাকৰি

ৰাষ্ট্ৰীয় ক্ৰীড়া বিশ্ববিদ্যালয়ত পৰীক্ষা নিয়ন্ত্ৰক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৭৮,৮০০ টকাৰ পৰা ২,০৯,২০০টকা।

বয়সৰ সীমাঃ ৫৬ বছৰতকৈ অদিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ ইম্ফল।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৯-২০২০।

আবেদন জনোৱাৰ নিয়মঃ প্ৰয়োজনীয় নথিপত্ৰৰ প্ৰতিলিপিসহ আবেদন পত্ৰ অহা ৩০ ছেপ্টেম্বৰৰ ভিতৰত পোৱাকৈ cell-recruitment@nsu.ac.in-লৈ প্ৰেৰণ কৰিব লাগিব।