চাকৰি

নেহুত উপাচাৰ্য নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ২লাখ ১০হেজাৰ টকা।

বয়সৰ সীমাঃ ৬৫বছৰতকৈ অধিক নোহোৱাসকলে অগ্ৰধিকাৰ পাব।

নিযু্ক্তিৰ স্থানঃ শ্বিলং।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১১-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

আবেদনৰ নিয়মঃ http://mhrd.gov.in আৰু https://www.nehu.ac.in চাওক।