Begin typing your search above and press return to search.

অসম বান-খহনীয়া ব্যৱস্থাপনা কৰ্তৃপক্ষত চাকৰি

অসম বান আৰু খহনীয়া ব্যৱস্থাপনা কৰ্তৃপক্ষ (FREMAA)ই উপ-কাৰ্যবাহী বিষয়া(স্থপতি)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

অসম বান-খহনীয়া ব্যৱস্থাপনা কৰ্তৃপক্ষত চাকৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  22 Aug 2020 11:59 AM GMT

খালী পদৰ সংখ্যাঃ...।

দৰমহাঃ মাহিলী ৫৫হেজাৰ টকা। টি এ-ডি এ আৰু অন্যান্য ভাট্টাক সামৰি।

বয়সৰ সীমাঃ ৫০বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

আবেদনৰ নিয়মঃ সম্পূৰ্ণকৈ পূৰণ কৰা আবেদনপত্ৰ আৰু প্ৰয়োজনীয় নথি-পত্ৰৰ প্ৰতিলিপি Chief Executive Officer, Flood and River Erosion Management Agency of Assam (FREMAA), 4th Floor, Nayantara Supermarket Building, G.S. Road, Six Mile, Guwahati– 781022-লৈ প্ৰেৰণ কৰিব লাগিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু চাব পাৰেঃ অসম শক্তি উত্পাদন নিগম লিমিটেডত পদখালী

Next Story
চাকৰি