নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM) ত নিযুক্তি ২০২০
নৰ্থ ইৰ্ষ্টাণ ইনচটিউট অৱ ফ'ক মেডিচিন (NEIFM)ত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।
পদৰ নাম: এচিচটেন্ট
পদৰ সংখ্যা: ০১
নিৰ্বাচিত হবলৈ যোগ্যতা: ডিপোটেচন অফিচাৰচৰ কেন্দ্রীয় আৰু ৰাজ্যিক স্বায়িত শাসিত পৰিষদৰ এনালঅ'গ পোষ্টৰ পে-বেন্ড-১ ৰ সৈতে গ্ৰেড পে ২৪০০/- টকাৰ ৬ বছৰীয়া ডিগ্ৰী থাকিব লাগিব।
প্ৰত্যক্ষ নিযুক্তিৰ বাবে:
১/ স্বীকৃতিপ্রাপ্ত বিশ্ববিদ্যালয়ৰ পৰা ডিগ্রী
২/ ৬ বছৰীয়া কেন্দ্রীয় চৰকাৰ/ ৰাজ্য চৰকাৰ/ স্বায়িত্ব শাসিত পৰিষদত ইউ ডি চি (UDC)ৰ অভিজ্ঞতা ।
৩/ কম্পিউটাৰ জ্ঞান
৪/ এডমিনিস্ট্রেচন, ভিজিলেনচ, একাউন্স/ বাজেটত অভিজ্ঞতা।
দৰমহা : ৯,৩০০-৩৪,৮০০+ গ্ৰেড পে- ৪,২০০ (PB-2)
বয়স সীমা: ৩০ বছৰ (এচ টি /এচ চি/ অবিচি প্ৰাৰ্থীৰ বাবে ৰেহাই)
পদৰ নাম : একাউন্টেট
পদৰ সংখ্যা: ০১
নিৰ্বাচিত হবলৈ যোগ্যতা:
প্ৰত্যক্ষ নিযুক্তিৰ বাবে-
১/ বাণিজ্য শাখা ত স্নাতক
২/ এম.এচ ৱৰ্ড, পাৱাৰ পইন্ট আৰু চফটৱেৰ কাম লগতে এডমিনিস্ট্রেচন / চেক্ৰেটেৰিয়েল কামৰ জ্ঞান।
**চৰকাৰী / স্বায়িত্ব শাসিত পৰিষদত লৱাৰ ডিভিজন ক্লাৰ্ক ৰ ৫ বছৰীয়া অভিজ্ঞতা।
**স্বায়িত্ব শাসিত পৰিষদত কৰ্মৰত লগতে ডিগ্রী/ডিপ্লোমা ফাইনেন্সিয়েল মেনেজমেন্ট ত হব লাগিব।
দৰমহা: Pay Matrix Level 4 as per 7th CPC.
বয়স সীমা: ৩০ বছৰ (এচ টি /এচ চি/ অবিচি প্ৰাৰ্থীৰ বাবে ৰেহাই)
কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে বিজ্ঞাপন প্ৰকাশৰ ৪৫ দিনৰ ভিতৰত Director, North Eastern Institute of Folk medicine, Government of India, Ministry of AYUSH, OPP. APST Bus Station, PO-Pasighat, Distt.- East Siang, Arunachal Pradesh-791102 ঠিকনাত নিজৰ আবেদনসমূহ পঠিয়াব লাগিব।
অন্য খবৰৰ বাবে পঢ়ক : নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০