Begin typing your search above and press return to search.

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  7 Feb 2020 7:34 AM GMT

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত নিযুক্তি ২০২০

নৰ্থ ইৰ্ষ্টাণ ৰেজিঅনেল ইনচটিউট অৱ চাইন্স এণ্ড টেকনলজিত খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম : ৰিচাৰ্চ এছচিয়েট

পদৰ সংখ্যা: ০১

দৰমহা: ৩৬,০০০/- টকা প্ৰতি মাহ

কৰ্ম স্থান: ইটানগৰ

ৱাক-ইন-ইন্টাৰভিউ তাৰিখ: ১০/০২/২০২০

পদৰ নাম : চিনিয়ৰ ৰিচাৰ্চ ফেলঅ'

পদৰ সংখ্যা: ০১

দৰমহা: ২৮,০০০/- টকা প্ৰতি মাহ।

কৰ্ম স্থান: ইটানগৰ

ৱাক-ইন-ইন্টাৰভিউ তাৰিখ: ১০/০২/২০২০

প্ৰাৰ্থী সকলে চি ভি সমূহ Head of the Agricultural Engineering Department. Interested candidates may send their bio-data in advance to the Principal Investigator, Dr. A. Bhadra, Associate Professor, Department of Agricultural Engineering (e-mail: aditibhadra@gmail.com) ত পঠিয়াব লাগিব।

** অন্য বেলেগ উপায়েৰে সাক্ষাৎকাৰ ৰ বাবে আমন্ত্রণ পত্ৰ পঠিওৱা নহব। সাক্ষাৎকাৰ বাবে কোনে TA/DA দিষা নহব। প্ৰাৰ্থী সকলে বিজ্ঞাপনটি অৰুণাচল প্ৰদেশৰ বান্দৰদোৱা চেক্ পোষ্টত দেখুৱাব লাগিব।

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : ৰেল হোৱেইল ফেক্টৰি ত নিযুক্তি ২০২০

Next Story