ৰেল হোৱেইল ফেক্টৰি ত নিযুক্তি ২০২০

ৰেল হোৱেইল ফেক্টৰি ত নিযুক্তি ২০২০

ৰেল হোৱেইল ফেক্টৰি ত নিযুক্তি ২০২০

ৰেল হোৱেইল ফেক্টৰি ত খালি পদ সমূহ পূৰণৰ বাবে ২৪/০২/২০২০ তাৰিখৰ ভিতৰত ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচৰা হৈছে।

পদৰ নাম: স্পোর্টচ কোটা

পদৰ সংখ্যা: ০৫

কৰ্ম স্থান: ভাৰতবৰ্ষ

আবেদনৰ শেষ তাৰিখ: ২৪-০২-২০২০ (at 17.00 hrs)

ঠিকনা: The Senior Personnel Officer, Personnel Department, Rail Wheel Factory (Ministry of Railways), Administrative Building, Yelahanka, Bangalore 560064.

: উত্তৰ পূর্বাঞ্চল ৰ ৰাজ্য যযেনে অসম , মেঘালয়, মণিপুৰ, অৰুণাচল প্ৰদেশ, মিজোৰাম, নাগালেণ্ড, ত্ৰিপুৰা, চিক্কিম , জম্মু আৰু কাশ্মীৰ লাহুল আৰু চিপ্টী পাঙ্গী উপ- বিভাগৰ হিমাচল প্ৰদেশৰ চাম্বা জিলা, আন্দামান আৰু নিকোবৰ লক্ষদ্বীপৰ আবেদন জমা কৰাৰ শেষ তাৰিখ ০২-০৩-২০২০ (at 17.00 hrs.)

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com