Begin typing your search above and press return to search.

ডিব্ৰুগড় বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  6 Feb 2020 12:54 PM GMT

ডিব্ৰুগড় বিশ্ববিদ্যালয় ত নিযুক্তি ২০২০

ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ MHRD Funded TEQIP-III(Project), ডিব্ৰুগড় বিশ্ববিদ্যালয় ইন্সটিটিউট অৱ ইন্জিনিয়াৰিং আৰু টেকনলজি, ডিব্ৰুগড় অধীনত ঠিকাভিত্তিক পদ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা ৱা্ক-ইন-ইনটাৰভিউৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম : প্ৰজেক্ট এচিচটেন্ট

পদৰ সংখ্যা: ০১

অৰ্হতা: স্নাতকোত্তৰ বাণিজ্য বিভাগত লগতে কম্পিউটাৰ, একাউন্টিং পি.এফ.এম.এচ আৰু এম. আই.এছ.(PFMS & MIS)ত জ্ঞান থাকিব লাগিব।

দৰমহা : ২০,০০০/- প্ৰতি মাহ

বয়স সীমা: As per the latest State Govt. rules.

সাক্ষাৎকাৰৰ তাৰিখ- ০৭-০২-২০২০

বষস : ১১:০০ ৰাতিপুৱা

ঠিকানা : Office of the Registrar, Dibrugarh University, Dibrugarh

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক : Click Here

অন্য খবৰৰ বাবে পঢ়ক : অসম ৰাইফল হাই স্কুলত নিযুক্তি ২০২০

Next Story
চাকৰি