অসম ৰাইফল হাই স্কুলত নিযুক্তি ২০২০

অসম ৰাইফল হাই স্কুলত নিযুক্তি ২০২০

অসম ৰাইফল হাই স্কুলত নিযুক্তি ২০২০

অসম ৰাইফল হাই স্কুলত লোক্ৰা, শোণিতপুৰ, অসম ত-৭৮৪১০২ ত CSB/CTET/TET অভিজ্ঞতাসম্পন্ন আৰু যোগ্যতাসম্পন্ন প্ৰাৰ্থী ৰ পৰা ঠিকাভিত্তিক পদ সমূহৰ বাবে ইচ্ছুক প্ৰাৰ্থী ৰ পৰা আবেদন বিচাৰিছে।

১/ TGT (ইংৰাজী , হিন্দী, গণিত, বিজ্ঞান, সমাজ বিজ্ঞান আৰু কম্পিউটাৰ বিজ্ঞান)

শিক্ষাগত অৰ্হতা: স্নাতক ৰ সৈতে বি.এড (B.Ed)

২/PRT

শিক্ষাগত অৰ্হতা: স্নাতক ৰ সৈতে বি.এড/ ডি.ই.এড (D.E.Ed/ B.Ed)

৩/ প্ৰা্ক- প্ৰাথমিক শিক্ষক

শিক্ষাগত অৰ্হতা: স্নাতক ৰ সৈতে বি.এড/ ডি.ই.এড/ এন টি টি ( NTT/D.E.Ed/ B.Ed)

৪/ আৰ্ট আৰু ক্ৰাৰ্ফ্টৰ শিক্ষক

শিক্ষাগত অৰ্হতা: ফাইন আৰ্টচ ত স্নাতক

৫/ সংগীত শিক্ষক

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ /সংগীত বিয়ত স্নাতক

৬/ পৰামৰ্শদাতা:

শিক্ষাগত অৰ্হতা: স্নাতকোত্তৰ মনোবিজ্ঞান/শিশু বিকাশ ত কাউন্সেলিং আৰু গাইডেন্স ৰ ১ বছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা ।

৭/ PTI

শিক্ষাগত অৰ্হতা: বি. পি এড অথবা ডি পি. এড /খেল বিষয় ত স্নাতক

৮/ স্পেচিয়েল এডোকেটৰ

শিক্ষাগত অৰ্হতা: স্নাতক মনোবিজ্ঞান আৰু কাউন্সেলিং আৰু গাইডেন্স ৰ ৩ বছৰীয়া স্নাতকোত্তৰ ডিপ্লোমা ৰ অভিজ্ঞতা।

৯/ লেবৰেটৰী এচিচটেন্ট

শিক্ষাগত অৰ্হতা: ইন্চাৰমেজিয়েত চাইন্স

তাৰিখ: ২৮/০২/২০২০

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com