নিপকো ট্ৰেড এপ্ৰিচিয়েন্ট ত নিযুক্তি ২০২০

নিপকো ট্ৰেড এপ্ৰিচিয়েন্ট ত নিযুক্তি ২০২০

নিপকো ট্ৰেড এপ্ৰিচিয়েন্ট ত নিযুক্তি ২০২০

নৰ্থ ইষ্ট্ৰাৰ্ণ ইলেকট্রিক পাৱাৰ কৰপোৰেচন লিমিটেড (NEEPCO) য়ে বিভিন্ন প্রকল্প / প্রতিষ্ঠানৰ বাবে নিম্নলিখিত ট্রেডসমূহৰ বাবে ১বছৰীয়া শিক্ষানবিচ প্রশিক্ষণৰ শিক্ষাবর্ষ আইন ১৯৬১ অধীনত ৪৬ শিক্ষানবিচক জড়িত কৰাৰ প্রস্তাব দিছে:

১/ টেকনেচিয়ান শিক্ষানবিচ (ইন্জিনিয়াৰিং অথবা টেকনঅ'লজি

পদৰ সংখ্যা: ৩৪

* আছাম গেছ বেচিড পাৱাৰ প্লান্ট (AGBPP) =20nos

টেকনেচিয়ান শিক্ষানবিচ (Elect/ Mech stream)

* আগাৰতলা গেছ টাৰবাইন কমবাইনড - চাইকেল পাৱাৰ প্লেন্ট (AGTCCPP)= 10 nos

* ত্ৰিপুৰা গেছ বেচিড পাৱাৰ প্লান্ট(TGBPP)= 4 nos টেকনেচিয়ান শিক্ষানবিচ (Elect/ Mech streams)

শিক্ষাগত অৰ্হতা:

a) ৰাজ্য চৰকাৰৰ দ্বাৰা অনুমোদিত ষ্টেট কাউন্সিল অথবা বৰ্ড অৱ টেকনিকেল এডুকেশন ৰ ইন্জিনিয়াৰিং অথবা টেকনলজি ত ডিপ্লোমা হব লাগিব।

.

b) ইন্জিনিয়াৰিং অথবা টেকনলজি ত ডিপ্লোমা।

c) ইন্জিনিয়াৰিং অথবা টেকনলজি ত ডিপ্লোমা। (a), (b), ৰ উল্লেখিত।

d) (A sandwich course student who is undergoing training in order that he may hold a diploma mentioned in (a), (b), (c) above.

On or before 31st July 2019.)

দৰমহা : ১৫০০০/- প্ৰতি মাহ

২/ ট্ৰেড শিক্ষানবিচ

পদৰ সংখ্যা: ১২

*আছাম গেছ বেচিড পাৱাৰ প্লান্ট(AGBPP) = 9 nos

– 2 nos Boiler Attendant,

– Electrician = 4 nos

– Lineman = 3 nos

*আগৰতলা গেছ টাৰবাইন কমবাইনড - চাইকেল পাৱাৰ প্লেন্ট (AGTCCPP)=2 nos Boiler Attendant

শ্বিৱম= 1 no Electrician

শিক্ষাগত অৰ্হতা : আই টি আই ট্ৰেড চাৰ্টিফিকেট কোৰ্চ (approved by the State Government / Central Government on or before 31st July 2019 with trade license.)

দৰমহা : ১৪,৮৭৭/- প্ৰতি মাহ

বয়স : ১৮ৰ পৰা ২৮ বছৰ ( ৩০/০৬/২০২০) ( Age relaxation is allowed for Scheduled Caste/ Scheduled Tribe/ Other Backward Classes/ Persons with Disability/ Ex-servicemen, as per applicable Govt. of India rules.)

কেনেদৰে আবেদন কৰিব : প্ৰাৰ্থী সকলৰ আবেদন কেৱল অনলাইন যোগে গ্ৰহণ কৰা হব।

শিক্ষানবিচ পদৰ প্ৰশিক্ষণ ৰ বাবে NEEPCO ত (both for Technician Apprentice & Trade Apprentice), আবেদনৰ প্ৰিন্ট আউট ৰ লগত ডকুমেন্টচ সমূহৰ ফটোকপি (Pass Certificate, Marksheet, Trade Certificate, Trade License, Age Proof (HSLC Certificate or Birth Certificate), Caste /PwD Certificate, etc to The Deputy General Manager (HR) Recruitment,) NEEPCO LTD, Brookland Compound, Lower New Colony, Shillong – 793003, Meghalaya, ঠিকনাত স্পিড পোষ্ট যোগে০৯/০৩/২০২০ৰ ভিতৰত পঠিয়াব লাগিব। .

( for Technician Apprentice Diploma in Engineering or Technology)

( The Candidates must get himself/herself enrolled/registered with the Board of Practical Training, through online enrollment at National Apprenticeship Training Scheme, in www.mhrdnats.gov.in and poses a valid enrollment ID generated after successful enrollment within a specified period of three years after passing the qualifying examination)

(For Trade Apprentice ,ITI pass)

(a) প্ৰাৰ্থী সকলে www.apprenticeship.gov.in ৱেবচাইটত ত লগ ইন কৰিব লাগিব।

(b) Click Apprentices tab

:

অনলাইন ৰেজিস্ট্ৰেচনৰ তাৰিখ- ২৮/০২/২০২০ (শুক্ৰবাৰ) ৰ পৰা ০৯/০৩/২০২০ ( সোমবাৰ)

অধিক তথ্যৰ বাবে তলত উল্লেখ কৰা বিভাগীয় ৱেবছাইটত চাওক :Click here

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com