চাকৰি

IIM কজিকোডত নিযুক্তি ২০২১ : জিলা সম্পদ সহকাৰীৰ পদখালী

Sentinel Digital Desk

IIM কজিকোডৰ বিষয়ে জানক:

কজিকোডত স্থিত ইণ্ডিয়ান ইনষ্টিটিউট অফ মেনেজমেণ্ট এখন আগ শাৰীৰ ভাৰতীয় মেনেজমেন্ট প্ৰতিষ্ঠান। ইয়াৰ স্থাপনা কৰা হৈছিল ভাৰত চৰকাৰৰ দ্বাৰা। ইয়াৰ মূল লক্ষ্য যুৱ প্ৰজন্মৰ মাজত গঢ়ি উঠা বিভিন্ন ভাগত প্ৰতিনিধি সকলক তৈয়াৰ কৰা। ১৯৯৬চনত স্থাপিত কৰা এই অনুষ্ঠান দেশৰ পঞ্চম খন এই ধৰণৰ প্ৰতিষ্ঠান।

IIM কজিকোডত পদখালী:

IIM কজিকোডত শেহতীয়া ভাৱে জিলা সম্পদ সহকাৰীৰ খালী পদত নিযুক্তিৰ বাবে ইচ্ছুক তথা উপযুক্ত প্ৰাৰ্থী সকলক আৱেদন দাখিল কৰিবলৈ অনুৰোধ জনোৱা হৈছে। ইচ্ছুক প্ৰাৰ্থী সকলে অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিব লাগিব।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

খালী পদ

দৰমহা

অৱস্থান

বয়স 

বাছনি প্ৰক্ৰিয়া 

শিক্ষাগত অৰ্হতা

জিলা সম্পদ সহকাৰী

 ০১

৪৫,০০০/- - ৫৫,০০০/- টকা, মাহিলী

দিল্লী

অধিকতম ৬৫বছৰ

 সাক্ষাৎকাৰ/ পৰীক্ষা

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বিশ্ববিদ্যালয়ৰ পৰা সমাজ বিজ্ঞান/ পৰিসংখ্যা/ উন্নয়ন অধ্যয়ন/ গ্ৰামীণ কাৰিকৰী বিষয়ত স্নাতকোত্তৰ ডিগ্ৰী

অভিজ্ঞতা:

উন্নয়ন খণ্ডত ২ বছৰীয়া অভিজ্ঞতা বা সন্তক উত্তীৰ্ণ সকলে চৰকাৰী বিভাগত জেষ্ঠ নিৰিক্ষকৰ পদ সমূহত ১০ - ১৫বছৰীয়া অভিজ্ঞতা বা জিলা বা কেন্দ্ৰীয় চৰকাৰৰ সৈতে সম্পৰ্ক।

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট iimk.ac.in লৈ যাওক

• IIM কচজিকোডেত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• জিলা সম্পদ সহকাৰীৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৰু আৱেদন জমা কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে অফিচিয়েল ৱেবচাইট iimk.ac.in যোগে অন্তিম তাৰিখ ০৬ ডিচেম্বৰ ২০২১ৰ পূৰ্বে নিজৰ আৱেদন দাখিল কৰিব পৰিব।

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:

• আৱেদন দাখিলৰ আৰম্ভণি - ২২/১১/২০২১

• অন্তিম তাৰিখ : ১০/১২/২০২১