Begin typing your search above and press return to search.

জম্মু আৰু কাশ্মীৰ ডাক চক্ৰত নিযুক্তি ২০২১ : ডাক সহকাৰীৰ পদখালী

ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে

জম্মু আৰু কাশ্মীৰ ডাক চক্ৰত নিযুক্তি ২০২১ : ডাক সহকাৰীৰ পদখালী

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Nov 2021 9:18 AM GMT

ডাক বিভাগৰ বিষয়ে জানক:

১৫০ বছৰোৰো অধিক সময়ৰ পৰা ভৰতীয় ডাক বিভাগে যোগাযোগৰ প্ৰধান মাধ্যম ৰূপে সেৱা আগবঢ়াই আহিছে। এই বিভাগে দেশৰ সামাজিক - অৰ্থনৈতিক উন্নয়নৰ দিশত এই বিশিষ্ট ভূমিকা আদায় কৰি আহিছে। ই বিভিন্ন ধৰণে ভাৰতীয়ই কোন সকলৰ ওপৰত নিজৰ প্ৰভাৱ পেলাই আহিছে যেনে, বাৰ্তা প্ৰেৰণ কৰা, সৰু সৰু বিনিয়োগ জমা কৰা আৰু জীৱন বীমা কৰা আদি। ডাক বিভাগৰ জৰিয়তে ভাৰত চৰকাৰ বিভিন্ন আঁচনি যেনে মহাত্মা গান্ধী ৰাষ্ট্ৰীয় গ্ৰামীণ সংস্থাপন প্ৰত্যাভূতি আঁচনি ইয়াৰ লোক সকললৈ প্ৰেৰণ কৰা হয় আৰু লগতে দৰমহা আদায় আৰু বৃদ্ধ পেঞ্চন অদূৰ দৰে কামো পৰিচালিত কৰা হয়। প্ৰায় ১,৫৫, ০০০ৰ সৈতে ভাৰতীয় ডাক সেৱা পৃথিৱীৰ আটইতকৈ সৰ্ববৃহৎ ডাক বিভাগ।

জম্মু আৰু কাশ্মীৰ ডাক চক্ৰত চাকৰিৰ অধিসূচনা :

জম্মু আৰু কাশ্মীৰ ডাক চক্ৰত, শেহতীয়া ভাৱে ডাক সহকাৰীৰ খালী পদৰ বাবে ইচ্ছুক প্ৰাৰ্থী সকলক অন্তিম তাৰিখৰ পূৰ্বে আৱেদন দাখিল কৰিবৰ বাবে আহ্বান জনোৱা হৈছে।

পদৰ বিৱৰণ, অৰ্হতা, দৰমহাৰ স্কেল তলত উল্লেখ কৰা হৈছে:-

পদৰ নাম

খালী পদ

বয়স

দৰমহা

অৱস্থান

আৱেদন মাছুল

বাছনি প্ৰক্ৰিয়া

শিক্ষাগত অৰ্হতা

ডাক সহকাৰী

০৫

১৮ - ২৭বছৰ

২৫,০০০ - ৮১,০০০/- টকা

জম্মু আৰু কাশ্মীৰ

১০০/- টকা

খেল কোটা/ লিখিত পৰীক্ষা

কোনো চৰকাৰী স্বীকৃতি প্ৰাপ্ত বোৰ্ড বা বিশ্ববিদ্যালয়ৰ পৰা দশম, দ্বাদশ শ্ৰেণী উত্তীৰ্ণ


বয়সৰ ৰেহাই:

• অ বি চি প্ৰাৰ্থী - ৩বছৰ

• অনুসূচীত জনজাতি/ জাতি - ৫বছৰ

• খেলুৱৈ প্ৰাৰ্থী - ৫বছৰ

উল্লেখিত নিয়মাৱলী অনুসৰণ কৰক:

• প্ৰথমে অফিচিয়েল ৱেবচাইট indiapost.gov.in লৈ যাওক

• জম্মু আৰু কাশ্মীৰ ডাক চক্ৰত নিযুক্তি বা কেৰিয়াৰত আৱেদন কৰিব লগা পদ বিচাৰক

• ডাক সহকাৰীৰ পদৰ বাবে উপলব্ধ আৱেদন ডাউনলোড কৰক

• আৱেদন পূৰণ কৰাৰ আগেয়ে আৱেদন দাখিলৰ অন্তিম তাৰিখ চেক কৰক

• ভুল নকৰাকৈ আৱেদন পূৰণ কৰক

• যদিহে কোনো ধৰণৰ আৱেদন মাছুল পৰিশোধ কৰিবলৈ উল্লেখ আছে তেন্তে সেইয়া পৰিশোধ কৰক আৰু নিজৰ আৱেদন পত্ৰ উল্লেখিত ঠিকনাত স্বাক্ষৰ যুক্ত প্ৰয়োজনীয় নথি পত্ৰ সংযোগ কৰক

• আৰু আৱেদন জমা কৰক

আৱেদন প্ৰক্ৰিয়া:

ইচ্ছুক আৰু উপযুক্ত প্ৰাৰ্থী সকলে নিৰ্ধাৰিত পাঠ্যৰ ৰূপত নিজৰ আৱেদন দাখিল কৰিব পৰিব। আৱেদন সহ সকলো প্ৰয়োজনীয় নথি পত্ৰ সহকাৰী নিৰ্দেশক (নিযুক্তি), মুখ্য পোষ্টমাষ্টাৰ সাধাৰণ, জম্মু আৰু কাশ্মীৰ ডাক চক্ৰ, মেঘদুত ভৱন, ৰেইলহেড চৌহদ, জম্মু - ১৮০০১২ লৈ প্ৰেৰণ কৰিব লাগিব।

গুৰুত্বপূৰ্ণ তাৰিখ সমূহ:

• আৱেদন দাখিলৰ আৰম্ভণি - ২০/১১/২০২১

• অন্তিম তাৰিখ : ২০/১২/২০২১

আৰু পঢ়ক: MNIT জয়পুৰত নিযুক্তি ২০২১ : জুনিয়ৰ ৰিচাৰ্ছ ফেল্ল'ৰ পদখালী


Next Story
চাকৰি