চাকৰি

এন আই এত অপৰাধস্থলী পৰ্যবেক্ষণ সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩টা।

দৰমহাঃ মাহিলী ৪৪,৯০০ টকাৰ পৰা ১,৪২,৪০০টকা।

বয়সৰ সীমাঃ ডেপুটেচনত নিযুক্তিৰ ক্ষেত্ৰত আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬বছৰতকৈ অধিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী, মুম্বাইকে ধৰি দেশৰ বিভিন্ন স্থানত।

ঠিকনাঃ NIA HQ Opposite CGO Complex, Lodhi Road, New Delhi-110003

প্ৰাৰ্থী বাছনিঃ ডেপুটেচন আৰু স্থায়ীকৈ নিযুক্তি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০২-০৮-২০২০।

ধৰি আনুসংগিক তথ্য wwv.nia.gov.in-ত পাব।

সবিশেষ জানিবলৈ wwv.nia.gov.in চাওক।