কনিষ্টবল নিযুক্তিৰ বাবে  আই টি বি পিৰ আবেদন আহ্বান

কনিষ্টবল নিযুক্তিৰ বাবে আই টি বি পিৰ আবেদন আহ্বান

ইণ্ডো-তিব্বতী সীমান্ত আৰক্ষী(আই টি বি পি)-য়ে কনিষ্টবল নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
Published on

খালী পদৰ সংখ্যাঃ ৫১টা।

দৰমহাঃ মাহিলী ২১,৭০০টকাৰ পৰা ৬৯,১০০টকা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৬-০৮-২০২০।

আবেদন মাচুলঃ মহিলা প্ৰাৰ্থী আৰু এছ চি-এছ টি প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

প্ৰ্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু সাক্ষাতকাৰ।

সবিশেষ জানিবলৈ www.recruitment. itbpolice.nic.in চাওক। 

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com