Begin typing your search above and press return to search.

গৱেষণা বিষয়া নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

কেন্দ্ৰীয় লোকসেৱা আয়োগ( ইউ পি এছ চি)-এ গৱেষণা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গৱেষণা বিষয়া নিযুক্তিৰ বাবে ইউ পি এছ চিৰ আবেদন আহ্বান

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 2:50 PM GMT

খালী পদৰ সংখ্যাঃ ১টা।

বয়সৰ সীমাঃ সৰ্বোচ্চ ৩৫বছৰ।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৭-২০২০।

আবেদনৰ মাচুলঃ ক্ৰেডিট অথবা ডেবিট কাৰ্ডৰ জৰিয়তে অথবা এছ বি আইৰ শাখাত ২৫ টকা জমা দিব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থী আৰু মহিলা প্ৰাৰ্থীয়ে আবেদন মাচুল দিব নালাগে।

প্ৰাথী বাছনিঃ চূড়ান্ত বাছনিভুক্ত প্ৰাৰ্থীক সাক্ষাতকাৰলৈ মতা হব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০ৰ ২৩.৫৯ বজা।

সবিশেষ জানিবলৈ https://upsc.gov.in/whats-new/06 - 2020চাওক।

আৰু চাব পাৰেঃ অইল ইণ্ডিয়া লিমিটেডৰ কনছালটেণ্ট নিযুক্তি

Next Story
চাকৰি