Begin typing your search above and press return to search.
অইল ইণ্ডিয়া লিমিটেডৰ কনছালটেণ্ট নিযুক্তি
অইল ইণ্ডিয়া লিমিটেডে কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১টা।
দৰমহাঃ মাহিলী ১ লাখ ৭০ হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ নয়দা।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৮-০৭-২০২০।
বয়সৰ সীমাঃ ২৯-০৭-২০২০ত ৭০ বছৰতকৈ অধিক হব নালাগিব।
ঠিকনাঃ CGM (Personnel), Oil India Limited, Plot No. 19, Sector-16 (A), Noida – 201301
প্ৰাৰ্থী বাছনিঃ এখন বাছনি সমিতিয়ে প্ৰাৰ্থী বাছনি কৰিব।
আবেদন কেনেদৰে জনাবঃ আগ্ৰহী আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীয়ে নিৰ্ধাৰিত প্ৰ-পত্ৰত সম্পূৰ্ণকৈ পূৰণ কৰা আবেদন CGM(Personnel), Oil India Limited, Plot No. 19, Sector-16 (A), Noida – 201301 লৈ অথবা oilprodn1@oilindia.in লৈ প্ৰেৰণ কৰিব লাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ 28.07.2020 ৰ 17-30বজা।
সবিশেষ জানিবলৈ https://www.oil-india.com/Document/Career/PRODUCTION_ADVERTISEMENT.pdfচাওক।
আৰু চাব পাৰেঃ গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি
Next Story