Begin typing your search above and press return to search.

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

গুৱাহাটী বিশ্ববিদ্যালয়ে বাগিচা বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

গুৱাহাটী বিশ্ববিদ্যালয়ৰ বাগিচা বিষয়া নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  23 July 2020 11:48 AM GMT

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০ হেজাৰ টকাৰ পৰা ১ লাখ ১০ হেজাৰ টকা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৮-২০২০।

আবেদনৰ মাচুলঃ ১০০০টকা। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ৫০০টকা।

বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৩৮বছৰতকৈ অধিক হব নালাগিব।

ঠিকনাঃThe Registrar, Gauhati University, Guwahati-14।

আবেদনৰ নিয়মঃ : www.gauhati.ac.in ৱেবছাইটত উপলব্ধ নিৰ্ধাৰিত প্ৰ-পত্ৰৰ জৰিয়তে কৰিব পাৰিব। আনধৰণে কৰা আবেদন গ্ৰহণ কৰা নহব।

সবিশেষ জানিবলৈ : www.gauhati.ac.in চাওক।

আৰু পঢ়িব পাৰেঃ পাৱাৰগ্ৰীডত সহকাৰী প্ৰশিক্ষাৰ্থী বিষয়াৰ পদ খালী

Next Story
চাকৰি