খালী পদৰ সংখ্যাঃ ১৪টা।
দৰমহাঃ ২৯,২০০ টকাৰ পৰা ৯২,৩০০টকা।
বয়সৰ সীমাঃ আবেদন গ্ৰহণৰ শেষ তাৰিখত ৫৬ বছৰতকৈ অধিক হব নালাগিব।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০১-১০-২০২০।
আবেদন SP (Adm), NIA HO, Opposite CGO Complex, Lodhi Road, New Delhi-110003-লৈ প্ৰেৰণ কৰিব লাগিব।