পদসমূহঃ
স্নাতক শিক্ষক(বিজ্ঞান)
খালী পদৰ সংখ্যাঃ ১৮৪৩টা।
স্নাতক শিক্ষক(কলা)
খালী পদৰ সংখ্যাঃ ৩৯০৩টা।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী।
বয়সৰ সীমাঃ সৰ্বনিম্নঃ ১৮ বছৰ আৰু সৰ্বোচ্চ ৪০ বছৰ। প্ৰাক্তন সৈনিক প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪২ বছৰ। অ বি চি-এম অ বি চিৰ ক্ষেত্ৰত ৪৩ বছৰ। এছ চি-এছ টিৰ ক্ষেত্ৰত ৪৫ বছৰ আৰু শাৰীৰিকভাবে অক্ষমৰ ক্ষেত্ৰত ৫০ বছৰ।
অনলাইন আবেদন গ্ৰহণ আৰম্ভ হোৱাৰ তাৰিখঃ ১৫-০৯-২০২০।
অনলাইন আবেদন গ্ৰহণ অন্ত পৰাৰ তাৰিখঃ ৩০-০৯-২০২০।
আবেদন জনোৱাৰ বাবে ৱেবছাইটঃ madhyamik.assam.gov.in.
আৰু চাব পাৰেঃ আই বি পি এছৰ ক্লাক নিযুক্তি পৰীক্ষা