Begin typing your search above and press return to search.
স্নাতক শিক্ষক নিযুক্তিৰ বাবে মাধ্যমিক শিক্ষা সঞ্চালকালয়ৰ আবেদন আহ্বান
অসম মাধ্যমিক শিক্ষা সঞ্চালকালয়ে স্নাতক (কলা আৰু বিজ্ঞান)শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পদসমূহঃ
স্নাতক শিক্ষক(বিজ্ঞান)
খালী পদৰ সংখ্যাঃ ১৮৪৩টা।
স্নাতক শিক্ষক(কলা)
খালী পদৰ সংখ্যাঃ ৩৯০৩টা।
শিক্ষাগত অৰ্হতাঃ ন্যূনতম ৫০ শতাংশ নম্বৰসহ স্নাতক বা স্নাতকোত্তৰ ডিগ্ৰী।
বয়সৰ সীমাঃ সৰ্বনিম্নঃ ১৮ বছৰ আৰু সৰ্বোচ্চ ৪০ বছৰ। প্ৰাক্তন সৈনিক প্ৰাৰ্থীৰ ক্ষেত্ৰত সৰ্বোচ্চ ৪২ বছৰ। অ বি চি-এম অ বি চিৰ ক্ষেত্ৰত ৪৩ বছৰ। এছ চি-এছ টিৰ ক্ষেত্ৰত ৪৫ বছৰ আৰু শাৰীৰিকভাবে অক্ষমৰ ক্ষেত্ৰত ৫০ বছৰ।
অনলাইন আবেদন গ্ৰহণ আৰম্ভ হোৱাৰ তাৰিখঃ ১৫-০৯-২০২০।
অনলাইন আবেদন গ্ৰহণ অন্ত পৰাৰ তাৰিখঃ ৩০-০৯-২০২০।
আবেদন জনোৱাৰ বাবে ৱেবছাইটঃ madhyamik.assam.gov.in.
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ আই বি পি এছৰ ক্লাক নিযুক্তি পৰীক্ষা
Next Story