বি চি পিএলত পদ খালী :
১. ফৰেমন (ইলেকট্ৰিচিয়ান) - প্ৰশিক্ষাৰ্থী
খালী পদৰ সংখ্যা - ৩
শিক্ষাগত অৰ্হতা - নূন্যতম ৫৫% সহ ইলেকট্ৰিকেল অভিযন্তা/ ইলেকট্ৰিকেল আৰু ইলেকট্ৰনিক্স বিভাগত ডিপ্লোমা।
২. ফৰেমন (মেকানিকেল) - প্ৰশিক্ষাৰ্থী
খালী পদৰ সংখ্যা - ১
শিক্ষাগত অৰ্হতা - নূন্যতম ৫৫% সহ মেকানিকেল অভিযন্তা/ উৎপাদনত উদ্যোগ/ নিৰ্মাণ/ মেকানিকেল আৰু অটোমোবাইল বিভাগত ডিপ্লোমা।
৩. অপাৰেটৰ (ৰসায়ন) - প্ৰশিক্ষাৰ্থী
খালী পদৰ পদৰ - ৩
শিক্ষাগত অৰ্হতা - পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান আৰু গণিত বিজ্ঞান বিভাগত স্নাতক ডিগ্ৰী নূন্যতম নম্বৰ ৫০% বা ৰসায়ন বিজ্ঞান বিশেষ বিষয় হিচাপে B. Sc, নূন্যতম নম্বৰ ৫০%।
৪. কৰিকৰ (ইলেকট্ৰিকেল) - প্ৰশিক্ষাৰ্থী
খালী পদৰ পদৰ - ২
শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ইলেকট্ৰিকেল/ ৱাইৰমেইন ট্ৰেড।
৫. কাৰিকৰ (মেকানিকেল) - প্ৰশিক্ষাৰ্থী
খালী পদৰ সংখ্যা - ১
শিক্ষাগত অৰ্হতা - মেট্ৰিক উত্তীৰ্ণ লগতে ITI ট্ৰেডমেনচিপ/ ৰাষ্ট্ৰীয় প্ৰশিক্ষাৰ্থী প্ৰমাণপত্ৰ, বিষয় ফিটাৰ/ ডিজেল মেকানিক/ মেকানিষ্ট/ টুনাৰ ট্ৰেড।
৬. একাউণ্ট সহকাৰী - প্ৰশিক্ষাৰ্থী
খালী পদৰ সংখ্যা - ১
পশিক্ষাগত অৰ্হতা - নূন্যতম ৫০% নম্বৰ সহ বাণিজ্য বিভাগত স্নাতক ডিগ্ৰী আৰু টাইপিং স্পিড ইংৰাজীত ৪০wpm। কম্পিউটাৰত কুশলী।
দৰমহা :
পদ ১ৰ পৰা ২লৈ - ২৩,০০০/- টকা
পদ ৩ৰ পৰা ৬লৈ - ২১,০০০/- টকা
বয়সৰ ৰেহাই :
# SC/ ST - ৫বছৰ
# OBC - NCL - ৩বছৰ
# PwBD - জেনেৰেল/ EWS - ১০বছৰ
# PwBD - OBC - NCL - ১৩বছৰ
# PwBD SC/ ST - ১৫বছৰ
অভিজ্ঞতা : দৰমহা প্ৰাপ্ত প্ৰশিক্ষাৰ্থী হিচাপে ১বছৰীয়া অভিজ্ঞতা।
আৱেদন মাছুল :
# UR/ EWS/ OBC - NCL - ২০০/- টকা
# SC/ ST/ PWBD - নিল
# মাছুল জমাৰ প্ৰক্ৰিয়া - অনলাইন
আৱেদন প্ৰক্ৰিয়া : ইচ্ছুক প্ৰাৰ্থীসকলে বি চি পি এল নিযুক্তি পৰ্টেলত গৈ অনলাইন যোগে নিজৰ আৱেদন পত্ৰ দাখিল কৰিব পৰিব।
সম্পূৰ্ণ প্ৰক্ৰিয়া :
• অফিচিয়েল ৱেবচাইট rbi.org.in খোলক
• আপুনি আৱেদন দাখিল কৰিব বিচৰা পদটো বিচাৰক
• পদৰ বাবে উপলব্ধ আৱেদন পত্ৰ ডাউনলোড কৰক
• আৱেদন দাখিলৰ অন্তিম তাৰিখ পৰ্যবেক্ষণ কৰিবলৈ নাপাহৰিব
• শুদ্ধ ভাৱে আৱেদন পূৰণ কৰক
• প্ৰয়োজনীয় নথি পত্ৰৰ সৈতে আৱেদন পত্ৰ জমা কৰক
গুৰুত্বপূৰ্ণ তাৰিখ সমূহ :
# আৱেদনৰ আৰম্ভণি - ১২/১১/২০২১
#অন্তিম তাৰিখ - ১১/১২/২০২১