খালী পদৰ সংখ্যাঃ ০৪ টা।
বয়সৰ সীমাঃ ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব।
দৰমহাঃ বিশ্ববিদ্যালয় অনুদান আয়োগ(ইউ জি চি)ৰ নিয়মাৱলী অনুসৰি।
আবেদন গ্ৰহণৰ সেষ তাৰিখঃ ০৭-০৯-২০২০।
আবেদনৰ নিয়মঃ আবেদন পত্ৰৰ সৈতে্ ২৫শ টকাৰ মাচুল(অ-প্ৰত্যৰ্পিত) আদায় দিব লাগিব। এই মাচুল উত্তৰ গুৱাহাটী ইউ বি আই শাখাত ভহাব পৰাকৈ জমা দিব লাগিব।
আৰু চাব পাৰেঃ গুৱাহাটীত চেন্সৰ ব'ৰ্ডৰ অতিৰিক্ত আঞ্চলিক বিষয়া নিযুক্তি