চাকৰি

উত্তৰাঞ্চল কয়লা ক্ষেত্ৰত সহকাৰী ফৰমেন নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৭৯টা।

নিযুক্তিৰ স্থানঃ ছিংগ্ৰাউলী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

সবিশেষ জানিবলৈ http://www.nclcil.in/ চাওক।