বেংক অৱ বৰোদাৰ চাকৰিৰ আবেদন আহ্বান

বেংক অৱ বৰোদাই নিম্নোক্ত পদত নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
বেংক অৱ বৰোদাৰ চাকৰিৰ আবেদন আহ্বান
Published on: 

পদৰ নামঃ বিজনেছ কৰেছপণ্ডেণ্ট ছুপাৰভাইজৰ।

খালী পদৰ সংখ্যাঃ ৪৯টা।

দৰমহাঃ মাহিলী ১২হেজাৰ টকাৰ পৰা ১৫হেজাৰ টকা।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com