Begin typing your search above and press return to search.
চি আৰ পি এফত সহকাৰী উপ-পৰিদৰ্শক নিযুক্তি
কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী(চি আৰ পি এফ)-য়ে সহকাৰী উপ-পৰিদৰ্শক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১৫৮টা।
দৰমহাঃ মাহিলী ২৯হেজাৰ দুশ টকাৰ পৰা ১,২৫,০০০টকা।
নিযুক্তিৰ স্থানঃ ভূপাল।
বয়সৰ সীমাঃ ৩১-০৮-২০২০ত ২৫ৰ পৰা ৩০বছৰ।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৮-২০২০।
সবিশেষ জানিবলৈ http://www.davp.nic.in/WriteReadData/ADS/eng_19140_1_2021b.pdfচাওক।
আৰু চাব পাৰে ঃ জ্যেষ্ঠ পৰিসংখ্যা সহায়ক নিয়োগৰ বাবে ইউ জি চিৰ আবেদন আহ্বান
Next Story