চাকৰি

ৰাষ্ট্ৰীয় তাপ বিদ্যুত নিগমত সহকাৰী কেমিষ্টৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ২৫টা।

দৰমহাঃ মাহিলী ৪০হেজাৰ টকাৰ পৰা ১,৪০,০০০টকা।

নিযুক্তিৰ স্থানঃ সমগ্ৰ ভাৰতত।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

সবিশেষ জানিবলৈ https://ntpccareers.net/চাওক।