চাকৰি

ওদালগুৰিৰ মুখ্য ন্যায়িক দণ্ডাধীশৰ কাৰ্যালয়ৰ মুখ্য সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ২২হেজাৰ টকাৰ পৰা ৯৭হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ ওদালগুৰি।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৭-২০২০।

সবিশেষ জানিবলৈ www.udalquriiudiciary চাওক।