আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন

আই আই টি গুৱাহাটীয়ে সহকাৰী প্ৰকল্প অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
আই আই টি গুৱাহাটীত সহকাৰী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ১টা।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকাৰ পৰা ৩৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com