চাকৰি

অ' এন জি চিত বিষয়া নিযুক্তিৰ বাবে আবেদন আহ্বান

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০৬টা।

দৰমহাঃ ৭২হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ গুজৰাট।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৮ ছেপ্টেম্বৰ, ২০২০।

প্ৰাৰ্থী বাছনিঃ সাক্ষাতকাৰ।

এই বিজ্ঞাপনৰ অৱশিষ্ট-১ত সন্নিৱিষ্ট আবেদন পত্ৰৰ সৈতে শিক্ষাগত অৰ্হতা-বয়স আদিৰ প্ৰমাণপত্ৰৰ প্ৰতিলিপি khatri_ashok@ongc.co.inলৈ প্ৰেৰণ কৰিব লাগিব।