ইলেকট্ৰনিকছ কৰ্প'ৰেচন অৱ ইণ্ডিয়াত কাৰিকৰী বিষয়াৰ পদখালী

ইলেকট্ৰনিকছ কৰ্প’ৰেচন অৱ ইণ্ডিয়াই কাৰিকৰী বিষয়া নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
ইলেকট্ৰনিকছ কৰ্প'ৰেচন অৱ ইণ্ডিয়াত কাৰিকৰী বিষয়াৰ পদখালী
Published on: 

খালী পদৰ সংখ্যাঃ ৩৫০টা।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ বয়স ৩০ বছৰতকৈ অদিক হব নালাগিব।

নিযুক্তিৰ স্থানঃ কলকাতা, নতুন দিল্লী, মুম্বাই, হায়দৰাবাদ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩০-০৮-২০২০।

প্ৰাৰ্থী বাছনিঃ মেধা ভিত্তিত।

আবেদনৰ নিয়মঃ অনলাইন আবেদন গ্ৰহণ কৰা হব। ইয়াৰ বাবে www.ecil.co.in-ৰ Careers-ত ক্লিক কৰিব।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com