Begin typing your search above and press return to search.
টাটা ইনষ্টিটিউট অৱ ছ'চিয়েল ছায়েন্সত সহকাৰী অধ্যাপক নিযুক্তি
টাটা ইনষ্টিটিউট অৱ ছ’চিয়েল ছায়েন্সে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ তিনিটা।
দৰমহাঃ মাহিলী ৩০ হেজাৰ টকা।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০-০৮-২০২০।
আবেদনৰ মাচুলঃ অনলাইনৰ জৰিয়তে ১০০০টকা মাচুল জমা দিব লাগিব। অৱশ্যে এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ২৫০ টকা মাচুল আদায় দিলেই হ'ব । এবাৰ আদায় দিয়া মাচুল কোনো পৰিস্থিতিতে ঘূৰাই দিয়া নহ'ব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্নাতক শিক্ষক নিযুক্তি
Next Story