Begin typing your search above and press return to search.

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্নাতক শিক্ষক নিযুক্তি

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানে স্নাতক শিক্ষক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ৰাষ্ট্ৰীয় মাধ্যমিক শিক্ষা অভিযানৰ স্নাতক শিক্ষক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  20 Aug 2020 10:12 AM GMT

খালী পদৰ সংখ্যাঃ ৫৬টা।

দৰমহাঃ মাহিলী ১৪হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত প্ৰাৰ্থীৰ বয়স ১৮ বছৰতকৈ কম আৰু ৩৮ বছৰতকৈ অধিক হ'ব নালাগিব। অৱশ্যে এছ চি-এছ টি আৰু শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে চৰকাৰী নিয়ম অনুসৰি বয়সৰ উৰ্ধসীমাৰ ক্ষেত্ৰত ৰেহাই লাভ কৰিব।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ মাচুল দুশ টকা জমা দিব লাগিব। এছ চি-এছ টি প্ৰাৰ্থীৰ ক্ষেত্ৰত ১০০টকা। এই মাচুল ডিমাণ্ড ড্ৰাফটযোগে আৰ এম এছ এৰ মিছন সঞ্চালকলৈ গুৱাহাটীত ভঙাব পৰাকৈ প্ৰেৰণ কৰিব লাগিব।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Mission Director, Rashtriya Madhyamik Siksha Abhijan (RMSA), Assam SSA, Campus, Kahilipara, Guwahati, Assam, PIN-781019।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু পঢ়িব পাৰেঃ স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত অসমত নিযুক্তি

Next Story
চাকৰি