Begin typing your search above and press return to search.
স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত অসমত নিযুক্তি
স্বচ্ছ ভাৰত অভিযান মিছনৰ অধীনত নিম্নোক্ত পদত অসমত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

জিলা পৰ্যায়ৰ বিত্ত ব্যৱস্থাপনা বিশেষজ্ঞ
খালী পদৰ সংখ্যাঃ ২১টা।
নিযুক্তিৰ স্থানঃ বাগসা, বৰপেটা, বিশ্বনাথ, বঙাইগাঁও, চৰাইদেউ, চিৰাং, দৰং, ধেমাজি, ধুবুৰী, ডিব্ৰুগড়, মাজুলী, তিনিচুকীয়া, গোৱালপাৰা, মৰিগাঁও, হোজাই, কোকৰাঝাৰ, নলবাৰী, শিৱসাগৰ, দক্ষিণ শালমাৰা আৰু ওদালগুৰি।
বয়সৰ সীমাঃ ০১-০১-২০২০ত প্ৰাৰ্থীৰ বয়স ৩৩ বছৰতকৈ কম হব লাগিব।
দৰমহাঃ মাহিলী মুঠ ২৫হেজাৰ টকা।
শিক্ষাগত অৰ্হতাঃ পূৰ্ণকালীন এম কম(বিত্ত বা গণনা)। এম কমত ৫০ শতাংশ নম্বৰ বা সমপৰ্যায়ৰ গ্ৰেড লাভ কৰিব লাগিব।
সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।
আৰু চাব পাৰেঃ গুৱাহাটীত ভাৰতীয় মছলা ব'ৰ্ডৰ কনছালটেণ্ট নিযুক্তি
Next Story