Begin typing your search above and press return to search.
গুৱাহাটীত ভাৰতীয় মছলা ব'ৰ্ডৰ কনছালটেণ্ট নিযুক্তি
গুৱাহাটীত ভাৰতীয় মছলা ব'ৰ্ডে কনছালটেণ্ট নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

খালী পদৰ সংখ্যাঃ ১০টা।
দৰমহাঃ মাহিলী ৪০,০০০টকাৰ পৰা ৬০,০০০টকা।
বয়সৰ সীমাঃ ২০২০ৰ ১ মে'ত ৪৫ বছৰতকৈ কম হব লাগিব।
নিযুক্তিৰ স্থানঃ গুৱাহাটী।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২২-০৮-২০২০।
ঠিকনাঃ Secretary, Spices Board, Kochi -682025।
আবেদনৰ নিয়মঃ: আবেদন hrdatp.sb-ker@gov.in এই ঠিকনাত প্ৰেৰণ কৰিব লাগিব।
আৰু চাব পাৰেঃ জামিয়া মিলিয়া ইছলামিয়াত সহকাৰী অধ্যাপকৰ প্ৰয়োজন
Next Story