জামিয়া মিলিয়া ইছলামিয়াত সহকাৰী অধ্যাপকৰ প্ৰয়োজন

দিল্লীৰ জামিয়া মিলিয়া ইছলামিয়া বিশ্ববিদ্যালয়ে সহকাৰী অধ্যাপক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
জামিয়া মিলিয়া ইছলামিয়াত সহকাৰী অধ্যাপকৰ প্ৰয়োজন
Published on: 

খালী পদৰ সংখ্যাঃ ১৪টা।

নিযুক্তিৰ স্থানঃ নতুন দিল্লী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২০২০ৰ ৩১ আগষ্টৰ ভিতৰত।

আবেদনৰ নিয়মঃ www.fmi.ac.in চাওক।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com