চাকৰি

অইল ইণ্ডিয়া লিমিটেডত অপাৰেটৰৰ প্ৰয়োজন

Sentinel Digital Desk

পদৰ নামঃ Operator- I (HMV)

খালী পদৰ সংখ্যাঃ ৩৬টা।

দৰমহাঃ ১৬ হেজাৰ টকাৰ পৰা ৩৪হেজাৰ টকা।

বয়সৰ সীমাঃ ১৮ বছৰৰ পৰা ৩০বছৰ।

নিযুক্তিৰ স্থানঃ অসম।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।

প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু গধুৰ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ।

আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে https://www.oil-india.com/Current_openNew.aspx-চাওক।