পদৰ নামঃ Operator- I (HMV)
খালী পদৰ সংখ্যাঃ ৩৬টা।
দৰমহাঃ ১৬ হেজাৰ টকাৰ পৰা ৩৪হেজাৰ টকা।
বয়সৰ সীমাঃ ১৮ বছৰৰ পৰা ৩০বছৰ।
নিযুক্তিৰ স্থানঃ অসম।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৮-০৯-২০২০।
প্ৰাৰ্থী বাছনিঃ লিখিত পৰীক্ষা আৰু গধুৰ বাহনৰ চালকৰ অনুজ্ঞাপত্ৰ।
আবেদনৰ নিয়মঃ আবেদন জনোৱাৰ বাবে https://www.oil-india.com/Current_openNew.aspx-চাওক।
আৰু চাব পাৰেঃ গুৱাহাটীত কেন্দ্ৰীয় তথ্য মন্ত্ৰালয়ৰ চাকৰি