চাকৰি

অইল ইণ্ডিয়া লিমিটেডৰ কেমিকেল সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ৩০টা।

দৰমহাঃ মাহিলী ১৫,৪০০টকা।

নিযুক্তিৰ স্থানঃ ডিব্ৰুগড়।

বয়সৰ সীমাঃ সাধাৰণ শ্ৰেণীঃ সৰ্বোচ্চ ৪০বছৰ। এছ চি-এছ টিঃ ৪৫বছৰ। অ বি চি(নন-ক্ৰিমিলেয়াৰ)-৪৩বছৰ।

প্ৰাৰ্থী বাছনিঃ মৌখিক সাক্ষাত্কাৰৰ দিনা প্ৰাৰ্থীয়ে দাখিল কৰা নথি-পত্ৰ মূল নথি-পত্ৰৰ সৈতে মিলাই পৰীক্ষা কৰা হব আৰু অৰ্হতাসম্পন্ন প্ৰাৰ্থীকহে সাক্ষাতকাৰত অৱতীৰ্ণ হবলৈ দিয়া হব।

মৌখিক সাক্ষাত্কাৰৰ স্থানঃ ই টি ডি চি, এল এণ্ড ডি বিভাগ, অইল ইণ্ডিয়া লিমিটেড, দুলীয়াজান।

মৌখিক সাক্ষাত্কাৰৰ তাৰিখঃ ৪ আগষ্ট, ২০২০।

সবিশেষ জানিবলৈ https://www.oil-india.com/Document/Career/Advertisement_Contractual_Chemical_Assistant_new.pdf চাওক।