Begin typing your search above and press return to search.

পশ্চিমবংগত দুহেজাৰ বন সহায়ক নিযুক্তি

পশ্চিমবংগৰ বন বিভাগে বন সহায়ক নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

পশ্চিমবংগত দুহেজাৰ বন সহায়ক নিযুক্তি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  1 Aug 2020 2:15 PM GMT

খালী পদৰ সংখ্যাঃ ২০০০টা।

নিযুক্তিৰ স্থানঃ পশ্চিমবংগ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৬-০৮-২০২০।

বয়সৰ সীমাঃ ২০২০ৰ ১ জানুৱাৰীত ১৮ৰ পৰা ৪০ বছৰ। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ১ লাখ ৭৭ হেজাৰ টকাৰ পৰা ১ লাখ এহেজাৰ টকা।

প্ৰাৰ্থী বাছনি প্ৰক্ৰিয়াঃ মূল্যায়ন তথা সাক্ষাতকাৰ, ব্যক্তিত্ব পৰীক্ষা।

আবেদনৰ নিয়মঃ অনুমোদিত প্ৰপত্ৰত অহা ৬ আগষ্টৰ ভিতৰত আবেদন জনাব লাগিব।

সবিশেষ জানিবলৈ http://www.westbengalforest.gov.in/notice/n30-07-2020-01.pdfচাওক।

আৰু চাব পাৰেঃ কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

Next Story
চাকৰি