কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

কেৰালা উচ্চ ন্যায়ালয়ে গৱেষণা সহকাৰী নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
কেৰালা উচ্চ ন্যায়ালয়ত গৱেষণা সহকাৰী নিযুক্তি

খালী পদৰ সংখ্যাঃ ০৩টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ২৫-০৮-২০২০।

বয়সৰ সীমাঃ প্ৰাৰ্থীৰ জন্ম ২৬-০৮-১৯৯২ৰ পৰা ২৫-০৮-১৯৯৮ৰ ভিতৰত হব লাগিব।

দৰমহাঃ মাহিলী ৩০হেজাৰ টকা।

প্ৰাৰ্থী বাছনিঃ প্ৰাৰম্ভিক পৰীক্ষা, লিখিত পৰীক্ষা, সাক্ষাতকাৰ আদি।

আবেদনৰ নিয়মঃ প্ৰাৰ্থীয়ে www.hckrecruitment.nic.in এই ৱেবছাইটৰ জৰিয়তে আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ www.hckrecruitment.nic.inচাওক।

Related Stories

No stories found.
logo
Sentinel Assam - Assamese
assamese.sentinelassam.com