চাকৰি

অ' পি ডি মহাবিদ্যালয়ত নিযুক্তি ২০২০

Sentinel Digital Desk

অ' পি ডি মহাবিদ্যালয়ত নিযুক্তি ২০২০

অ' পি ডি মহাবিদ্যালয়ত সহকাৰী অধ্যাপকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা কলেজ কৰ্তৃপক্ষই আবেদন বিচাৰিছে।

পদৰ নাম: সহকাৰী অধ্যাপক

পদৰ সংখ্যা: ০১

শিক্ষাগত অৰ্হতা: UGCৰ অধীনত NET/SELT/SET উৰ্ত্তীণ লাগিব।

বয়স: ৩৮বছৰ (০১/০১/২০২০ তাৰিখৰ ভিতৰত)

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে আবেদনসমূহৰ সৈতে ২৫০০/- টকা ডিমান্ড ড্ৰাফ্ট যোগে অধক্ষ্য, পানীগাওঁ অ' পিডি মহাবিদ্যালয় এছ বি আই উত্তৰ লখিমপুৰ শাখাত ১২ মাৰ্চ ৰ ভিতৰত পঠিয়াব লীগিব।

বাচনি প্ৰক্ৰিয়া: সাক্ষাৎকাৰ

আবেদনৰ শেষ তাৰিখ: ১২/০৩/২০২০

ঠিকনা - ড° সুৰেশ দত্ত, প্ৰিন্সিপাল,পানীগাঁও অ' পি ডি কলেজ , পোষ্ট অফিছ- পানীগাঁও, পিন- ৭৮৭০৫২ লক্ষীমপুৰ।