Begin typing your search above and press return to search.

ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  4 March 2020 1:31 PM GMT

ভাৰতীয় ৰেল বিভাগৰ ডি এম ডাব্লিউ শাখাত নিযুক্তি ২০২০

ভাৰতীয় ৰেল বিভাগৰ অধীনস্থ ডিজেল ল'ক মডাৰ্নাইজেচন ৱৰ্ক চমুকৈ ডি এম ডাব্লিউ শাখাত ১৮২ টা শিক্ষানবিচৰ পদত নিযুক্তি ৰ বাবে আবেদন বিচাৰিছে।

পদৰ নাম: ইলেক্ট্রিচিয়ান, মেকানিক, মেচিনিষ্ট, ফিটাৰ আৰু ৱেল্ডাৰ

পদৰ সংখ্যা: ১৮২

শিক্ষাগত অৰ্হতা: ৫০% নম্বৰসহ দ্বাদশ শ্রেণীত উৰ্ত্তীণ হোৱাৰ লগতে নিৰ্দিষ্ট শাখাত আই টি আই/ এন চি ভি টি ডিগ্ৰীধাৰী হব লাগিব।

বয়স: ১৫ ৰ পৰা ২৪ বছৰ ভিতৰত হোৱা প্ৰয়োজন(৫ বছৰ এচ টি /এচ চি/পি ডাব্লিউ ডি প্ৰাৰ্থীৰ বাবে ৰেহাই, ৩ বছৰ অবিচি / এম অ বি চি প্ৰাৰ্থীৰ বাবে ৰেহাই)

আবেদনৰ মাচুল: ১০০/- টকা

আবেদনৰ শেষ তাৰিখ: ২৬/০৩/২০২০

প্ৰাৰ্থীসকলে অনলাইন আবেদনৰ বাবে www.dmw.indianrailways.gov.in ৱেবচাইতত চাব পাৰিব।

সৱিশেষ জানিবলৈ: www.dmw.indianrailways.govt.in

অন্য খবৰৰ বাবে পঢ়ক: উপায়ুক্তৰ কাৰ্য্যালয় ডিব্ৰুগড়ত নিযুক্তি ২০২০

Next Story
চাকৰি