চাকৰি

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০

Sentinel Digital Desk

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত নিযুক্তি ২০২০

পানীখাইটি মহৰ্ষি বিদ্যা মন্দিৰত শিক্ষকৰ খালি পদ পূৰণৰ বাবে ইচ্ছুক প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে।

পদৰ নাম: বিষয় শিক্ষক( পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, গণিত, বুৰঞ্জী)

শিক্ষাগত অৰ্হতা: প্ৰশিক্ষত স্নাতক শিক্ষাকৰ ক্ষেত্রত নূন্যতম স্নাতক

উৰ্ত্তীণ হব লাগিব/ বি.এড ডিগ্ৰী।

কেনেদৰে আবেদন কৰিব: প্ৰাৰ্থীসকলে মেট্ৰিকৰ পৰী আৰম্ভ কৰি আৱশ্যকীয় নথিপত্ৰসহ অহা ৭ মাৰ্চৰ ভিতৰত পোৱাকৈ আবেদন কৰিব লাগিব। আবেদনসমূহ mvmguwahati2@mssmail.org মেইলত পঠিয়াব লাগিব।

সৱিশেষ জানিবলৈ ৯৮৬৪০-১৭৫৮৬ আৰু ৬০০০৪-২২১০৫ ফোন নম্বৰত যোগাযোগ কৰিব পাৰিব।

আবেদনৰ শেষ তাৰিখ: ০৭/০৩/২০২০

সৱিশেষ জানিবলৈ: https://maharishividyamandir.com/