চাকৰি

পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা নিযুক্তি

ৰাজ্য চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন বিভাগত চিভিল অভিযন্তা নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে।

Sentinel Digital Desk

পদৰ নামঃ সহকাৰী চিভিল অভিযন্তা

খালী পদৰ সংখ্যাঃ ২২২টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ৩০হেজাৰ টকাৰ পৰা ১,১০,০০০টকা।

কনিষ্ঠ অভিযন্তা(চিভিল)

খালী পদৰ সংখ্যাঃ ৩৪৪টা।

বয়সৰ সীমাঃ ০১-০১-২০২০ত ২১ৰ পৰা ৩৮ বছৰৰ ভিতৰত হ'ব লাগিব। অৱশ্যে এছ চি-এছ টি প্ৰাৰ্থীয়ে ৫ বছৰ, অ বি চি-এম অ বি চি প্ৰাৰ্থীয়ে ৩ বছৰ বয়স ৰেহাই পাব। শাৰীৰিকভাবে অক্ষম প্ৰাৰ্থীয়ে ১০ বছৰ বয়স ৰেহাই পাব।

দৰমহাঃ ১৪হেজাৰ টকাৰ পৰা ৬০,৫০০টকা।

আবেদন এ পি এছ চিৰ ৱেবছাইট  www.apsc.nic.in-ৰ পৰা ডাউনলোড কৰিব পাৰিব।

ঠিকনাঃ Deputy Secretary, APSC, Jawaharnagar, Khanapara, Guwahati-781022.

সবিশেষ জানিবলৈ  www.apsc.nic.in চাওক।