চাকৰি

অসমৰ পঞ্চায়ত-গ্ৰামোন্নয়ন বিভাগত কনিষ্ঠ সহায়ক নিযুক্তি

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ১০টা।

দৰমহাঃ মাহিলী ১৪ হেজাৰ টকাৰ পৰা ৪৯হেজাৰ টকা।

নিযুক্তিৰ স্থানঃ দিছপুৰ।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৭-০৯-২০২০।

কাৰ্যালয়ৰ ঠিকনাঃ Secretariat Administration Department Assam, Dispur, Guwahati-6.।