পদসমূহঃ সহকাৰী অধ্যাপক( ৰসায়ন বিজ্ঞান)
খালীপদৰ সংখ্যাঃ ১টা। ৰষ্টাৰ পইণ্টঃ ১৪।
সহকাৰী অধ্যাপক(পদাৰ্থ বিজ্ঞান) খালীপদৰ সংখ্যাঃ ১টা। ৰষ্টাৰ পইণ্টঃ ০১। সহকাৰী অধ্যাপক খালী পদৰ সংখ্যাঃ ১টা। পষ্টাৰ পইণ্টঃ ০৭। সহকাৰী অধ্যাপক(পদাৰ্থ বিজ্ঞান) খালী পদৰ সংখ্যাঃ ১টা। ৰষ্টাৰ পইণ্টঃ ১৬.৫। সহকাৰী অধ্যাপক(প্ৰাণী বিজ্ঞান) খালী পদৰ সংখ্যাঃ ১টা। ৰষ্টাৰ পইণ্টঃ ২৪। সহকাৰী অধ্যাপক(উদ্ভিদ বিজ্ঞান) খালীপদৰ সংখ্যাঃ ১টা। ৰষ্টাৰ পইণ্টঃ ৬৭.৭। সহকাৰী অধ্যাপক(ভূ-তত্ব) খালী পদৰ সংখ্যাঃ১টা।(পাহাৰীয়া অনুসূচিত জনজাতি) ৰষ্টাৰ পইণ্টঃ ৭০.৮। সহকাৰী অধ্যাপক(বাংলা) খালীপদৰ সংখ্যাঃ ১টা। (এছ টি-পাহাৰীয়া)। সহকাৰী অধ্যাপক(ইংৰাজী) খালী পদৰ সংখ্যাঃ ১টা।(অ বি চি-এম অ বি চি) ৰষ্টাৰ পইণ্টঃ ১৭।
আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ৩১-০৭-২০২০।
আৰু চাব পাৰেঃ আই আই টি গুৱাহাটীত সহযোগী প্ৰকল্প অভিযন্তাৰ প্ৰয়োজন