চাকৰি

প্ৰেছ ইনফৰমেচন ব্যুৰ'ত ছ'চিয়েল মিডিয়া এক্সপাৰ্টৰ প্ৰয়োজন

Sentinel Digital Desk

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ ৩৬হেজাৰ টকা।

চাকৰিৰ স্থানঃ গুৱাহাটী।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৪-০৯-২০২০।

আবেদনৰ নিয়মঃ কেৱল অনলাইন আবেদনহে গ্ৰহণ কৰা হব। আবেদন জনোৱাৰ বাবে www.becil.com চাওক।