নাবাৰ্ডত সহকাৰী প্ৰৱন্ধক(উন্নয়ন)নিযুক্তি

ৰাষ্ট্ৰীয় কৃষি আৰু গ্ৰামোন্নয়ন বেংক (নাবাৰ্ড)-এ সহকাৰী প্ৰৱন্ধক(উন্নয়ন)নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।
নাবাৰ্ডত সহকাৰী প্ৰৱন্ধক(উন্নয়ন)নিযুক্তি
Published on: 

খালী পদৰ সংখ্যাঃ ০১টা।

দৰমহাঃ মাহিলী ৮০ হেজাৰৰ পাৰ এক লাখ টকা।

বয়সৰ সীমাঃ ন্যূনতম ৩০ বছৰ আৰু সৰ্বোচ্চ ৫০বছৰ।

চাকৰিৰ স্থানঃ মুম্বাই।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ০৭-০৯-২০২০।

আগ্ৰহী প্ৰাৰ্থীয়ে বায়োডাটাসহ আবেদন পত্ৰ careers.nabfoundation@gmail.com-লৈ প্ৰেৰণ কৰিব পাৰে।

logo
Sentinel Assam - Assamese
assamese.sentinelassam.com