Begin typing your search above and press return to search.

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-ত চাকৰি

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ এণ্ড পলিমাৰ লিমিটেডে এপ্ৰেণ্টিচ নিযুক্তিৰ বাবে আবেদন বিচাৰিছে।

ব্ৰহ্মপুত্ৰ ক্ৰেকাৰ-পলিমাৰ লিমিটেড(গেছ ক্ৰেকাৰ)-ত চাকৰি

Sentinel Digital DeskBy : Sentinel Digital Desk

  |  27 Aug 2020 7:28 AM GMT

পদৰ নামঃ গ্ৰেজুৱেট/টেকনিচিয়ান এপ্ৰেণ্টিচ।

খালী পদৰ সংখ্যাঃ ১ ৬টা।

আবেদন গ্ৰহণৰ শেষ তাৰিখঃ ১৫-০৯-২০২০।

নিযুক্তিৰ স্থানঃ গুৱাহাটী।

আবেদনৰ নিয়মঃ আগ্ৰহী প্ৰাৰ্থীয়ে NATS-ৰ portal-www.mhrdnats.gov.in-ৰ পৰা আবেদন জনাব পাৰিব।

সবিশেষ জানিবলৈ ইয়াত ক্লিক কৰক।

আৰু পঢ়িব পাৰেঃ বিমানকোঠ কৰ্তৃপক্ষৰ কনিষ্ঠ কাৰ্যবাহী নিযুক্তি

Next Story