চাকৰি

টি আই এছ এছ নিযুক্তি ২০২২ - অধ্যাপক, সহকাৰী অধ্যাপকৰ পদ খালী

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্সত অধ্যাপক, সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে

Sentinel Digital Desk

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স :

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স(TISS) ১৯৩৬চনত , চাৰ সৌৰাবজী টাটা গ্ৰেজুৱেট স্কুল অফ চছিয়েল চায়েন্স নামেৰে স্থাপিত কৰা হৈছিল। ১৯৪৪চনত এই টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্স নামেৰে পুনঃনামাকৰণ কৰা হয়। ১৯৬৪চনত এই অনুষ্ঠানক মহাবিদ্যালয় অনুদান আয়োগ অধিনিয়ম (UGC) ১৯৫৬ৰ খণ্ড ৩ৰ অধীনত মহাবিদ্যালয় হিচাপে নিযুক্তি প্ৰদান কৰা হয়। এই অনুষ্ঠানৰ মুলমন্ত্ৰ উন্নত মানদণ্ডৰ উচ্চ শিক্ষা প্ৰদান কৰা, যিয়ে সমাজৰ গতানুগতিক ভাৱে সলনি হোৱা নিয়মাৱলীৰ সৈতে জ্ঞান আৰু উন্নয়ন যোগে, মানুহক কেন্দ্ৰিক, পৰিস্থিতি অনুযায়ী ধাৰণক্ষম আৰু মৰ্যদা, সমান্তৰাল, সামাজিক ন্যায় আৰু মানুহৰ হতে মাত মাতিবলৈ সামৰ্থ্য প্ৰদান কৰিব।

চাকৰিৰ অধিসূচনা ২০২১:

টাটা ইনষ্টিটিউট অফ চছিয়েল চায়েন্সত অধ্যাপক, সহকাৰী অধ্যাপকৰ খালী পদত নিযুক্তিৰ বাবে আবেদন বিচৰা হৈছে। ইচ্ছুক প্ৰাৰ্থীসকলক অন্তিম তাৰিখৰ পূৰ্বে আবেদন জনাবলৈ অনুৰোধ জনোৱা হ'ল।

পদৰ সবিশেষ, অৰ্হতা, দৰমহাৰ বিষয়ে তলত উল্লেখ কৰা হ'ল।

পদৰ নাম

 অধ্যাপক, সহকাৰী অধ্যাপক

খালী পদ

২৩

দৰমহা 

 ৫৭,৭০০ - ২,১৮,২০০/- টকা, প্ৰতি মাহে 

অৱস্থান 

মুম্বাই, তুলজাপুৰ - মহাৰাষ্ট্ৰ, হাইদৰাবাড, তেলেংগানা, গুৱাহাটী - অসম 

বয়স 

 অধিকতম বয়স ৬৫বছৰ, ০৩ জানুৱাৰী ২০২২ৰ মতে 

আৱেদন মাছুল

জেনেৰেল, অ' বি চি, ই দব্লিউ এছ - ২০০০/- টকা

অনুচিত জনজাতি/ জাতি/ পি দব্লিউ ডি (দিব্যাং) - ৫০০/- টকা

মহিলা প্ৰাৰ্থী - নিল

পৰিশোধৰ ধৰণ - অনলাইন

বাছনি প্ৰক্ৰিয়া

সাক্ষাৎকাৰ, ভাইভা

অন্তিম তাৰিখ

৩০ জানুৱাৰী ২০২২

ৱেবচাইট 

 tiss.edu 

খালী পদৰ বিৱৰণ :

পদৰ নাম

খালী পদ

অধ্যাপক

১০

সহায়ক অধ্যাপক

০৮

সহকাৰী অধ্যাপক

 ০৫ 

দৰমহাৰ বিৱৰণ :

পদৰ নাম

দৰমহা 

অধ্যাপক

১,৪৪,২০০ - ২,১৮,২০০/- টকা

সহায়ক অধ্যাপক

৫৭,৭০০ - ১,৮২,৪০০/- টকা

সহকাৰী অধ্যাপক

১,৩১,৪০০ - ২,১৭,১০০/- টকা 

শিক্ষাগত অৰ্হতা :  

পদৰ নাম

অৰ্হতা

অধ্যাপক

পোষ্ট গ্ৰেজুৱেট, Ph. D

সহায়ক অধ্যাপক

পোষ্ট গ্ৰেজুৱেট, স্নাতকোত্তৰ ডিগ্ৰী, Ph. D

সহকাৰী অধ্যাপক

পোষ্ট গ্ৰেজুৱেট, Ph. D 

অভিজ্ঞতা :

কোনো মহাবিদ্যালয়/ বিশ্ববিদ্যালয়ত সহকাৰী অধ্যাপক, সহায়ক অধ্যাপক/ অধ্যাপকৰ অভিজ্ঞতা বা কোনো মহাবিদ্যালয়/ স্বীকৃতি প্ৰাপ্ত অনুষ্ঠানত প্ৰমাণ সহ গৱেষণাৰ অভিজ্ঞতা আৰু লগতে ৩ - ৫ বছৰৰ পুঁজি প্ৰাপ্ত প্ৰকল্প আৰু দুগৰাকী ডক্টৰেট প্ৰাৰ্থীক সহায় কৰাৰ প্ৰমাণ।

আৱেদন দাখিল কৰিবলৈ তলত উল্লেখিত পদক্ষেপ অনুসৰণ কৰক :

• প্ৰথমে অফিচিয়েল ৱেবচাইট tiss.edu লৈ যাওক

• টি ই এছ এছ নিযুক্তি বা কেৰিয়াৰ বিভাগলৈ গৈ আৱেদন কৰিব লগীয়া পদৰ সবিশেষ তথ্য সংগ্ৰহ কৰক

• অধ্যাপক, সহকাৰী অধ্যাপকৰ পদৰ অধিসূচনা তথা ইয়াৰ লগত সংযুক্ত অৰ্হতা সমূহ পৰ্যবেক্ষণ কৰক

• আৱেদন পূৰণৰ পূৰ্বে অন্তিম তাৰিখ পৰীক্ষা কৰক

• শুদ্ধভাৱে আৱেদন পূৰণ কৰক

• অন্তিম তাৰিখৰ পূৰ্বে নিজৰ আৱেদন জমা কৰক আৰু ভবিষ্যত প্ৰয়োজনৰ বাবে আৱেদন নং সংগ্ৰহ কৰক